Skip to main content

We'll take care of your teeth

ভাৰতৰ অগ্ৰণী গুণগত মান আৰু সুলভ মূল্যৰ স্বাস্থ্য পৰীক্ষাগাৰ থাইৰ’কেয়াৰে - এতিয়া সোণালী সুতাৰ দেশ শুৱালকুছিত নতুন ফ্ৰেঞ্চাইজি কেন্দ্ৰৰ শুভাৰম্ভ ঘোষণা কৰিছে। এই কেন্দ্ৰৰ শুভ উদ্বোধনে অঞ্চলবাসী আৰু ইয়াৰ পাৰ্শ্ৱৱৰ্তী অঞ্চলৰ বাবে স্বাস্থ্য সেৱালৈ সহজগম্যতা, সুবিধা আৰু উচ্চ মানৰ নিশ্চয়তা লৈ আহিছে।

সেৱাসমূহ:

সম্পূৰ্ণ প্ৰতিৰোধক স্বাস্থ্য আৰু পৰীক্ষা সেৱা, থাইৰ’কেয়াৰৰ আধুনিক স্বীকৃত লেবত ৰক্ত পৰীক্ষা, ঘৰে-ঘৰে নমুনা সংগ্ৰহ (হোম কালেকশন), ৰেহাই মূল্যত ঔষধৰ যোগান, ডিজিটেল ৰিপ’ৰ্টিং আৰু দ্রুত ফলাফল ।

স্থানশুৱালকুছি পোষ্ট অফিচ ৰোড

স্বাস্থ‍্য হেল্থ কেয়াৰ

স্বাস্থ‍্য হেল্থ কেয়াৰ সম্পৰ্কে:

স্বাস্থ‍্য হেল্থ কেয়াৰে শুৱালকুছি আৰু ওচৰৰ অঞ্চলত স্বাস্থ্য সেৱাসমূহ দ্ৰুত আৰু সুলভ মূল্যত যোগান ধৰিব। যিকোনো ৰক্ত পৰীক্ষা বজাৰ মূল্যতকৈ ৫০% আৰু ঔষধৰ যোগান ১০% ৰ পৰা ৫০% ৰেহাই মূল্যত উপলব্ধ কৰিব ।